New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/rpoadv.jpg)
- মৰিগাঁও বঘৰা নাঙলকুছিট বুধবাৰে পথ দুৰ্ঘটনা।
- মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখী AS01KC8975 নম্বৰ ড্ৰাম্পাৰে মহতিয়ালে AS01DZ9740 নম্বৰৰ মটৰচাইকেল।
- আহত মটৰ চাইকেল আৰোহী জন মায়ং বুঢ়াবুঢ়ীৰ ৰাব্বাণী।
- আহত ৰাব্বাণীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।