New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
মৰিগাঁৱৰ নাৰায়ণ বজাৰ-শংকৰদেৱ নগৰ সংযোগী পথত দুৰ্ঘটনা।
তীব্রবেগী বাইকে মহটিয়াই নিয়ে এজন লোকক।
সোমবাৰে সংঘটিত হয় পথ এই দুৰ্ঘটনা।
নিহত লোকজন গছৰগুৰি গাঁৱৰ প্রহ্লাদ বৰদলৈ বুলি চিনাক্ত।
আৰক্ষীয়ে আটক কৰে বাইক চালকজনক।