New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/01/Ktaka-road-Accident.jpg)
প্ৰতীকি ফটো
মৰিগাঁৱত তীব্রবেগী ডাম্পাৰৰ দৌৰাত্ম।
তীব্রবেগী ডাম্পাৰে মহটিয়ালে দুখন দোকানসহ এখন ই-ৰিক্সা।
দুৰ্ঘটনাত আহত তিনিজনকৈ লোক।
আহত তিনিজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।