মৰিগাঁৱত জেহাদীৰ বিৰুদ্ধে অভিযান, আনচাৰুল বাংলাৰ দুই সদস্যক গ্রেপ্তাৰ...

মৰিগাঁৱত পুনৰ আৰক্ষীৰ জেহাদীৰ বিৰুদ্ধে অভিযান, আনচাৰুল বাংলাৰ দুই সদস্যক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত জেহাদীৰ বিৰুদ্ধে অভিযান, আনচাৰুল বাংলাৰ দুই সদস্যক গ্রেপ্তাৰ...

ডিডিটেল ডেস্ক : মৰিগাঁৱত পুনৰ আৰক্ষীৰ জেহাদীৰ বিৰুদ্ধে অভিযান। আনচাৰুল বাংলাৰ দুই সদস্যক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। ইমামৰ বেশত আছিল আনচাৰুল বাংলাৰ দুই সদস্য।

Advertisment

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইক্রামূল হুছেইন আৰু মুছাদ্দিক হুছেইনক। জেহাদী মুফটি মুস্তাফাৰ সৈতে দুয়োৰে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে। মুছাদ্দিকৰ ঘৰ মৈৰাবাৰীৰ চহৰীয়া পামত আৰু ইক্ৰমূলৰ ঘৰ নগাঁৱত।

nagaon jihad marigaon assam