মৰিগাঁৱত প্রসাদ খাই শিশুসহ শতাধিক লোক অসুস্থ…

মৰিগাঁৱত প্রসাদ খাই শিশুসহ শতাধিক লোক অসুস্থ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল ডেস্ক : মৰিগাঁৱৰ মনহা বাৰুকাটা গাঁৱত খাদ্যত বিষক্রিয়া। প্রসাদ খাই শিশুসহ শতাধিক লোক অসুস্থ। ঘটনাটো মৰিগাঁও জিলাৰ বাৰুকাটা গাঁৱত সংঘটিত হৈছে। সেই গাঁৱৰ প্রসন্ন কোঁৱৰ নামৰ লোকজনৰ ঘৰত হৈছিল ভাগৱত পাঠৰ অনুষ্ঠান।

অনুষ্ঠানত আগবঢ়োৱা প্ৰসাদ খাই অসুস্থ হৈ পৰে শতাধিক লোক। অসুস্থসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

assam himanta biswa sarma nagaon