মৰিগাঁৱৰ গুণোৎসৱত বিদ্যালয়ত পৰ্যৱেক্ষণ মৰিগাঁও DC আৰু SP আৰু ADCৰ…

মৰিগাঁৱৰ গুণোৎসৱত বিদ্যালয়ত পৰ্যৱেক্ষণ মৰিগাঁও DC আৰু SP আৰু ADCৰ…

author-image
asomiyapratidin
New Update
মৰিগাঁৱৰ গুণোৎসৱত বিদ্যালয়ত পৰ্যৱেক্ষণ মৰিগাঁও DC আৰু SP আৰু ADCৰ…

ডিজিটেল সংবাদ, মৰিগাঁও: সোমবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱত মৰিগাঁও জিলাৰ ১৪৫১ বিদ্যালয় সামৰি লোৱা হৈছিল যদিও বানপানী পৰিৱেশৰ বাবে ৯৩ খন বিদ্যালয়ত অনুষ্ঠিত নহ'ল গুণোৎসৱ৷ মঙলবাৰ আৰম্ভ হয় বহি মূল্যায়ন আৰু প্ৰতিখন বিদ্যালয়ত বহি মূল্যায়ক সকলে নিয়াৰিকৈ আৰম্ভ কৰিছে মূল্যায়নৰ কাম৷

Advertisment

মৰিগাঁও নগৰ মাধ্য ইংৰাজী মাদ্ৰাছা মৰিগাঁও উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ছাত্ৰছাত্ৰী সকলৰ লগতে মত বিনিময় কৰাৰৰ লগতে বিদ্যালয়ৰ প্ৰতিটো বিষয়ৰ ওপৰত পৰ্যৱেক্ষণ কৰে৷ ছাত্ৰছাত্ৰী মধ্যহ্ন ভোজনৰ পৰা খেলা ধুলালৈ খবৰ লয় উপায়ুক্ত জনে।

আনহাতে মৰিগাঁও টাউন হাই স্কুলত মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটাৰাজণ উপস্থিত গুণোৎসৱৰ পৰ্যৱেক্ষক কৰি বিদ্যালয় আৰু ছাত্ৰছাত্ৰীৰ প্ৰতিটো দিশ চোৱাৰ লগতে প্ৰস্বাৱগাৰ শৌচালয়ৰ আদিৰ ভিতৰচৰালৈ পৰ্যৱেক্ষণ কৰা দেখা গ'ল ৷ দুইজন বিষয়াক মৰিগাঁও শিক্ষাবিভাগৰ দায়িত্ব থকা অতিৰিক্ত উপায়ুক্তই ৰিংখাং মুচাহাৰী সহযোগ কৰে ।

আৰু পঢ়ক: ঢকুৱাখনা উন্নয়ন খণ্ডত অনিয়ম! নিম্নমানৰ কামেৰে সৰকালে ৪ লক্ষাধিক…

assam morigaon