মৰিগাঁৱৰ ৪১ জন গাঁও প্ৰধানক কৰ্মৰ পৰা অব্যাহতি…

মৰিগাঁৱৰ ৪১ জন গাঁও প্ৰধানক কৰ্মৰ পৰা অব্যাহতি…
  • মৰিগাঁৱৰ পাঁচটা ৰাজহ ক্ৰমে মৰিগাঁও, মায়ং, মিকিৰভেটা, লাহৰিঘাট, ভূৰাগাওঁ চক্ৰ একেলগে ৪১ জন গাওঁ প্ৰধানক কৰ্মৰ পৰা অব্যাহতি।
  • ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ সকলো গাওঁ প্ৰধানক অব্যাহতি মৰিগাঁও জিলা উপায়ুক্তৰ।
  • গাওঁ প্ৰধান সকলৰ সকলো নথি-পত্ৰ, ছীল-মোহৰ সমূহ চক্ৰ বিষয়া কাৰ্য্যালয়ত জমা কৰাৰ নিৰ্দেশ জাৰি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in