New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- মৰিগাঁৱৰ পাঁচটা ৰাজহ ক্ৰমে মৰিগাঁও, মায়ং, মিকিৰভেটা, লাহৰিঘাট, ভূৰাগাওঁ চক্ৰ একেলগে ৪১ জন গাওঁ প্ৰধানক কৰ্মৰ পৰা অব্যাহতি।
- ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ সকলো গাওঁ প্ৰধানক অব্যাহতি মৰিগাঁও জিলা উপায়ুক্তৰ।
- গাওঁ প্ৰধান সকলৰ সকলো নথি-পত্ৰ, ছীল-মোহৰ সমূহ চক্ৰ বিষয়া কাৰ্য্যালয়ত জমা কৰাৰ নিৰ্দেশ জাৰি।