/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1cd0f389-6ad3-4c28-a210-09257b7c1406/download.jpg)
-
নাজিৰাৰ বামুণপুখুৰী সংঘটিত ভয়ংকৰ ঘটনা।
-
চাহ বাগিচাত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হয়।
-
একাংশ লোকৰ আক্রমণত প্রাণ গ’ল এজন লোকৰ।
-
লোকজন চণ্টক বিহুবৰৰ নাজু আলি বুলি জানিব পৰা গৈছে।
-
গৰু চুৰিৰ সন্দেহত লোকজনক মৰিয়াই হত্যা কৰে একাংশই।
-
ঘটনা সন্দৰ্ভত ১১গৰাকী লোকক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে