/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/407ca86b-082e-47f0-a366-a6e7398aa87d/arrest.jpg)
representative photo
মৰাণত আলফা(স্বাঃ)ৰ নামত ডকাইতি কাণ্ড।
আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে মহিলাসহ ৩জন লোকক।
বুধবাৰে আটক কৰে আটাইকেইজনক.
৩১ জুলাইত ডিমৌৰ পবিত্র কলিতা নামৰ শিক্ষকজনৰ ঘৰত কৰিছিল ডকাইত।
ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আটক তিনিওকে।
আটক পবিত্র ফুকন, পত্নী মনময়ূৰী আৰু সঞ্জীৱ ফুকন।
লগতে জব্দ আৰ্বান ক্রুইজাৰ আৰু আৰ্টিগা বাহন দুখনো।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।