ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

author-image
asomiyapratidin
New Update
ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

  • ভোটগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ।
  • কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দিছপুৰলৈ ৰাওনা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।
  • দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁ।
  • ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা গঢ়ি তোলা হৈছে।
  • ভোটদান কৰি মঙলবাৰেই উভতিব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।