মঙলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও…

মঙলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও…

author-image
asomiyapratidin
New Update
মঙলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক শিক্ষয়ত্ৰী সকলে শনিবাৰে মঙলদৈ শিক্ষা বিষয়াৰ কায্যলয় ঘেৰাও কায্যসুচী ৰূপায়ণ কৰে।
প্ৰতিবাদী শিক্ষক সকলে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া আৰু স্নাতক শিক্ষকৰ কাঢ়ি নিয়া গ্ৰেড পে ঘুৰাই দিয়াৰ দাবীৰে শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত দিনৰ ১১-০০ বজাৰ পৰা ২-০০ বজালৈ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷