অসমীয়াত বিৰোধীক সমালোচনা মোডীৰ…

অসমীয়াত বিৰোধীক সমালোচনা মোডীৰ…

author-image
asomiyapratidin
New Update
দেওবাৰে শিলচৰত প্ৰিয়ংকাৰ ৰোড শ্ব’, হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে শীৰ্ষ নেতাৰ সোঁত

  • কেন্দুকোণাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • অসমীয়াতে বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ।
  • কুইণ ওজা আৰু দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল মোডীয়ে।
  • 'আজি ঘৰে ঘৰে বিজেপিৰ জয়জয়কাৰ চলিছে।'
  • 'কংগ্ৰেছৰ অপশাসনৰ অন্ত পেলাই বিজেপিয়ে উন্নয়ন আনিছে।'
  • 'দুখীয়াৰ টকা আত্মসাত্ কৰা সকলক ভোট দিলে পাপ হ'ব।'
  • মোডীৰ সভাত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা।