অসম ৰাষ্ট্ৰীয় কেন্দুকোণাত মোডীৰ ভাষণৰ সামৰণি… কেন্দুকোণাত মোডীৰ ভাষণৰ সামৰণি… asomiyapratidin 11 Apr 2019 14:33 IST Follow UsNew Updateকেন্দুকোণাত প্ৰধানমন্ত্ৰীৰ ভাষণ সমাপ্ত৷ইয়াৰ পিছতে শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷শিলচৰত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ৷প্ৰধানমন্ত্ৰীৰ কেন্দুকোণাৰ ভাষণত দেখা পোৱা গ'ল সহস্ৰাধিক জনতাৰ ভিৰ৷আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক