New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/modi-mangaldoi-live-re-faceUntitled-13.jpg)
- মঙলদৈ সমষ্টিৰ কেন্দুকোণাৰ সভাৰ পিছতে শিলচৰলৈ ৰাওনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- কেন্দুকোণত গুৱাহাটী আৰু মঙলদৈৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- শিলচৰৰ ৰামনগৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- ইতিমধ্যে সভাত ভিৰ কৰিছে বহুলোকে।
- সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পৰিমল শোক্লবৈদ্যৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us