New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/photo.jpg)
মহানগৰীত অব্যাহত চোৰৰ উপদ্রৱ।
গান্ধীবস্তিত দুটা দিনত দুটাকৈ মোবাইল চুৰিৰ ঘটনা।
চেতনা নাশক দ্রৱ্য প্রয়োগ কৰি আৱাসীৰ পৰা ম’বাইল লুট।
লগতে নিলে নগদ ধন, ডিজিটেল কেমেৰা।
চানমাৰি থানাত ৰুজু দুটাকৈ পৃথক গোচৰ।
গান্ধীবস্তিৰ ২নং উপপথ আৰু কালী মন্দিৰৰ সমীপত এই ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us