শ্বিলঙৰ পৰা ফুৰিব আহিছিল গুৱাহাটীলৈ, লুইতত পৰি মৃত্য়ু...

মহানগৰীৰ সমীপৰ হাজংবড়িত অঘটন।মঙলবাৰে লুইতত গা ধুবলৈ গৈ দুই যুৱক সন্ধানহীন হৈছিল দুই যুৱক।

author-image
Asomiya Pratidin
New Update
মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই জ্য়েষ্ঠ-কনিষ্ঠ ভাতৃৰ

প্ৰতীকি ফটো

  • মহানগৰীৰ সমীপৰ হাজংবড়িত অঘটন।

  • মঙলবাৰে লুইতত গা ধুবলৈ গৈ দুই যুৱক সন্ধানহীন হৈছিল দুই যুৱক।

  • সন্ধানহীন হিবৰমি লালু নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ।

  • ৰাহুল চেত্রী নামৰ যুৱকজনৰ সন্ধানত অব্যাহত অভিযান।

  • শ্বিলঙৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ আহিছিল সমনীয়াৰ সৈতে।

brahmaputra