মিছ প্ৰিন্ট এছ. ডি. কিড ইউনিভাৰ্চ-২০২২ত উজলিল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱা…

মিছ প্ৰিন্ট এছ. ডি. কিড ইউনিভাৰ্চ-২০২২ত উজলিল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱা…

author-image
asomiyapratidin
New Update
মিছ প্ৰিন্ট এছ. ডি. কিড ইউনিভাৰ্চ-২০২২ত উজলিল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱা…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ মুম্বাইত অনুষ্ঠিত মিছ প্ৰিন্ট এছ ডি কিড ইউনিভাৰ্চ-২০২২ প্ৰতিযোগিতাত গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি স্থান দখল কৰিবলৈ সক্ষম হ'ল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱাই।

Advertisment

গোলাঘাটত জিলা ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ মানিক বৰুৱা আৰু জয়া বৰুৱাৰ কন্যা বিদ্যাদীপ্তা বৰুৱা গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেনীত অধ্যয়নৰত।কেইবাখনো ৰাজ্যৰ লগতে প্ৰায় এক অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগিতাখনত বিদ্যাদীপ্তাই খিতাপ অৰ্জন কৰি ৰাজ্য তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আৰু পঢ়কঃ শিলঘাট মৰাপাট কল পৰিদৰ্শন সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ…

golaghat