এইবাৰ চোৰৰ চকু পৰিল উত্তৰ গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰত

author-image
Asomiya Pratidin
New Update
এইবাৰ চোৰৰ চকু পৰিল উত্তৰ গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰত

  • পুনৰ ধৰ্মীয় অনুষ্ঠানত চকু পৰিল চোৰৰ

Advertisment
  • উত্তৰ গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰৰ সৈতে মুঠ ৫টা নামঘৰত চোৰৰ লুটপাত

  • দানপাত্ৰ ভাঙি লুটি নিলে নগদ ধন, আ-অলংকাৰ

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত

Also Read: অৰুণাচল প্ৰদেশৰ ভাৰতৰ অবিচ্ছেদ্য অংগ, চীনৰ নহয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

Assam police