New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ৰে’লগেটত খুন্দা বাইক আৰোহীৰ।
বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
থিতাতে মৃত্যু ত্রিথাংকৰ দেৱ নামৰ যুৱকজনৰ।
ত্রিথাংকৰৰ ঘৰ গুৱাহাটীৰ লালগণেশত।
মিৰ্জাৰ পৰা চানডুবি অভিমুখে গৈ আছিল যুৱকজন।