New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/rape-case-city-bus-for-web-AP-full-no-ad-copy.jpg)
প্ৰতীকি ফটো
- বিহালীৰ কাঠনিবাৰীত শিশু বলাৎকাৰ ঘটনা।
- ৭ বছৰীয়া শিশুক বলাৎকাৰ ৬০ বছৰীয়া পাষাণৰ।
- অভিযুক্তৰ নাম মহিম শৰ্মা বুলি জানিব পৰা গৈছে।
- ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে।
- এই ঘটনাৰ পাছতেই মহিম শৰ্মাক আটক কৰি উত্তম-মধ্যম দিয়ে ৰাইজে।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থানালৈ লৈ আহে মহিম শৰ্মাক।