বলাৎকাৰ কৰি হত্যা! টিউচনলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

বলাৎকাৰ কৰি হত্যা! টিউচনলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
মহানগৰীত অঘটন; ৰেলৰ খুন্দাত নিহত মাতৃ সহ  ২ সন্তান

ডিজিটেল ডেস্ক: লামডিঙৰ শাল বাগানাত ছাত্রীৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। মঙলবাৰে কৃষ্ণবস্তিৰ শাল বাগানত উদ্ধাৰ হয় দশম শ্রেণীৰ এগৰাকী ছাত্রীৰ মৃতদেহ।

Advertisment

ছাত্রী গৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। টিউচনলৈ বুলি সোমবাৰে বিয়লি ওলাই গৈছিল ছাত্রীগৰাকী কিন্তু ঘৰলৈ আৰু উভতি নাহিল। মঙলবাৰে উদ্ধাৰ হয় মৃতদেহ।

ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰম্ভ কৰিছে তদন্ত। অন্যহাতে এয়া বলাৎকাৰ আৰু হত্যাকাণ্ড হয়নে নহয় সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।

আৰু পঢ়ক: লাডেনৰ পাছতেই আমেৰিকাই হত্যা কৰিলে অল কায়দাৰ কুখ্যাত সন্ত্ৰাসবাদী জাবাহিৰী…

assam murder minor girl rape Assam police