New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b63946d3-625d-4d9f-b26d-124f79827167/download.jpg)
নলবাৰীত শোকাৱহ ঘটনা।
খাদ্যত বিষক্রিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যু।
মৃত্যু নাজমিন চুলতানা নামৰ কিশোৰীগৰাকীৰ।
বুধবাৰে নিশা ৰাসত চাওমিন খাইছিল কিশোৰীগৰাকীয়ে।
এখন অস্থায়ী বিপণিত খাইছিল চাওমিন।
চাওমিন খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী
চিকিৎসালয়তে মৃত্যু হয় নাজমিন চুলতানাৰ।