অসম মুখ্য-পৃষ্ঠা ভাৰতীয় নৌ সেনা বিষয়াৰ পুত্ৰ সন্ধানহীন… ভাৰতীয় নৌ সেনা বিষয়াৰ পুত্ৰ সন্ধানহীন… asomiyapratidin 27 Aug 2022 11:21 IST Follow UsNew Updateভাৰতীয় নৌ সেনাৰ বিষয়া ধৰ্মেন্দ্র কুমাৰৰ পুত্র সন্ধানহীন।পাটনাৰ পৰা সন্ধানহীন কিশোৰজন।জাগীৰোডত অৱস্থিতি ধৰা পেলাইছে পাটনা আৰক্ষীয়ে।বৰ্তমানেও মোবাইল ফোন বন্ধ সন্ধানহীন কিশোৰজনৰ। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। assam Assam police missingআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক