New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- মহানগৰীৰ গড়ল ভট্টাপাৰাত দুই কিশোৰৰ সলিল সমাধি।
- পথাৰৰ মাজৰ দ' খাৱৈত পৰি মৃত্যু দুই কিশোৰৰ।
- পথাৰলৈ ফুৰিবলৈ আহি সন্ধানহীন হৈ আছিল দুই কিশোৰ।
- আত্মীয়ই বিচাৰ-খোচাৰ কৰাত খাৱৈৰ পাৰত উদ্ধাৰ কিশোৰ দুটিৰ চেণ্ডেল,চাইকেল।
- মৃত কিশোৰ দুটি বিতু দাস , হীৰকজ্যোতি দাস।
- আজাৰা আৰক্ষীৰ সহযোগত SDRF-এ উদ্ধাৰ কৰে কিশোৰ দুটাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us