অসম মুখ্য-পৃষ্ঠা মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ছাত্রৰ মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ছাত্রৰ asomiyapratidin 27 Jul 2022 14:39 IST Follow UsNew Updateবাইহাটা চাৰিআলিৰ বেজেৰাত অঘটন।বুধবাৰে সংঘটিত এই ঘটনা।মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ছাত্রৰ।মৃত ছাত্রজনৰ নাম পিংকু দাস।পিংকু দাস বেজেৰা উচ্চতৰ মাধ্যমিকৰ দশম শ্রেণীৰ ছাত্র assam deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক