/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/40bb317f-e78e-4b92-a04e-a0f5ba349499/127.jpg)
-
অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান।
-
মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে।
-
সকলোকে গণতান্ত্ৰিক কৰ্তব্য পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অনন্য যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f14404d2-61d5-4cc0-818c-10a7612615d7/a8519e70_ea18_4497_83be_18873548fd2f.jpg)
Also Read: ২৭ এপ্ৰিলত অসমলৈ আহিব মল্লিকাৰ্জুন খাৰ্গে