মেৰাপানীত পিষ্টলসহ ৩ যুৱকক আটক...

তিনিওৰে ঘৰ নাগালেণ্ডৰ ভাণ্ডাৰীত

author-image
Asomiya Pratidin
New Update
বৰষুণত তিতি কঁপি কঁপি মৃত্যু হ'ল যুৱকৰ...

merapani arrest

ডিজিটেল ডেস্ক : মেৰাপানীত পিষ্টলসহ ৩ যুৱকক আটক কৰে আৰক্ষীয়ে। আৰক্ষী, চি.আৰ.পি.এফ, আছাম ৰাইফলছৰ অভিযানত আটক কৰা হয় যুৱক তিনিজনক। আটকাধীন যুৱক তিনিজন হৈছে মাছাণ্ড অডিঅ’, ছেম টকবি, কামলেং থাং।

Advertisment

উল্লেখ্য যে তিনিওৰে ঘৰ নাগালেণ্ডৰ ভাণ্ডাৰীত বুলি জানিব পৰা গৈছে। অৰুণাচলৰ পৰা মেৰাপানী হৈ নাগালেণ্ডত প্রৱেশ কৰাৰ সময়তে আটক কৰে আৰক্ষীয়ে। আনহাতে, দলটোৰ পৰা জব্দ কৰা হৈছে নগদ ধন, বহু আপত্তিজনক নথি-পত্র, মোবাইল ফোন, এখন বাইক আৰু এখন এল্ট’ বাহনো জব্দ কৰে আৰক্ষীয়ে।

assam police merapani arrest