যুৱতীক অশালীন ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ মেহবুব আহমেদ…

যুৱতীক অশালীন ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ মেহবুব আহমেদ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: মহানগৰীত এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এটা লম্পট। নুনমাটি আৰক্ষীয়ে মুকালমুৱাৰ পৰা গ্রেপ্তাৰ কৰে লম্পটটোক।

Advertisment

ধৃত লম্পটটোৰ নাম মেহবুব আহমেদ বুলি জানিব পৰা গৈছে। পাথৰকুৱাৰীৰ ৰাজপথত সংঘটিত এই ঘটনা। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

উল্লেখ্য যে, লম্পট মেহবুব আহমেদ পলাতক অৱস্থাত আছিল। তাৰপাছতেই ৰবিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

আৰু পঢ়ক: পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণঃ চি আৰ পি এফৰ উপ-পৰিদৰ্শক নিহত…

assam Assam police arrested