/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5e6cf337-7b95-48d6-9258-e8d1115a5e6d/tamul.jpg)
ডিজিটেল সংবাদ, বকো : অসম বিদ্বেষীৰ পুনৰ বকোত এটা পৰিয়ালক আক্ৰমণ । বকো থানাৰ অন্তৰ্গত গাৰোজানীগাঁৱৰ আশা মাৰাক নামৰ মহিলাগৰাকীৰ পৰিয়ালক মঙ্গলবাৰে নিশা আক্ৰমণ ।
পৰিয়ালটোৱে অসম বিদ্বেষীৰ ভয়ত ঘৰত দুৱাৰ বন্ধ কৰি সোমাই থকাৰ বাবে তামোলৰ খেতি জ্বলাই দি যায় । আশা মাৰাকৰ পৰিয়ালটোৱে মেঘালয়ক সমৰ্থন নকৰাৰ বাবেই অসম বিদ্বেষীৰ এনে আক্ৰমণ ।