মেঘালয়ক সমৰ্থন নকৰাৰ বাবে জ্বলালে তামোলৰ খেতি

মেঘালয়ক সমৰ্থন নকৰাৰ বাবে জ্বলালে তামোলৰ খেতি

ডিজিটেল সংবাদ, বকো : অসম বিদ্বেষীৰ পুনৰ বকোত এটা পৰিয়ালক আক্ৰমণ । বকো থানাৰ অন্তৰ্গত গাৰোজানীগাঁৱৰ আশা মাৰাক নামৰ মহিলাগৰাকীৰ পৰিয়ালক মঙ্গলবাৰে নিশা আক্ৰমণ ।

পৰিয়ালটোৱে অসম বিদ্বেষীৰ ভয়ত ঘৰত দুৱাৰ বন্ধ কৰি সোমাই থকাৰ বাবে তামোলৰ খেতি জ্বলাই দি যায় । আশা মাৰাকৰ পৰিয়ালটোৱে মেঘালয়ক সমৰ্থন নকৰাৰ বাবেই অসম বিদ্বেষীৰ এনে আক্ৰমণ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in