কামপুৰত মে-ডাম-মে-ফি উদযাপন

কামপুৰত মে-ডাম-মে-ফি উদযাপন

ডিজিটেল ডেস্কঃ আহোমসকলৰ ধৰ্মীয় নিয়ম অনুসৰি পালন কৰি অহা সামাজিক তথা পৰম্পৰাগতা উৎসৱ মে-ডাম-মে-ফি উদযাপনৰ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে কামপুৰত।

বৃহত্তৰ কামপুৰ আহোম সমাজে অয়োজন কৰা মে -ডাম -মে ফীৰ কাৰ্যসূচীৰ নিশা বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰে কামপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ সদস্য মালবিকা বৰাই।ইয়াল পিছতে বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ পিছত আজি বিস্তৃত কাৰ্যসূচীৰে মে -ডাম -মে -ফী উদযাপন কৰিব।এই উপলক্ষে আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লিলৈ এখন মুকলি সভাৰো আয়োজন কৰিছে।

কামপুৰত মে-ডাম-মে-ফি উদযাপন
জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে, আজি থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in