মায়ং আঞ্চলিক মহাবিদ্যালয়ত এগৰাকী ছাত্রীৰ আত্মহত্যা, অঞ্চলজুৰি চাঞ্চল্য…

মায়ং আঞ্চলিক মহাবিদ্যালয়ত এগৰাকী ছাত্রীৰ আত্মহত্যা, অঞ্চলজুৰি চাঞ্চল্য…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: মায়ঙৰ আঞ্চলিক মহাবিদ্যালয়ত এগৰাকী ছাত্রীৰ আত্মহত্যা ।হোষ্টেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্রীগৰাকীৰ মৃতদেহ।

Advertisment

মৃত ছাত্রীগৰাকী বুৰগাঁৱৰ বুলি জানিব পৰা গৈছে। কোঠাটোৰ ভিতৰত অকলে আছিল ছাত্রীগৰাকী। তাৰপাছতেই ৰবিবাৰে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ।

জানিব পৰা মতে দ্বিতীয় ষান্মাসিকৰ ছাত্রী আছিল তেওঁ। অৱশ্যে কি কাৰণে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰিলে তাৰ কাৰণ জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: মহানগৰীত উদ্ধাৰ এজনৰ মৃতদেহ, ৩ দিন ধৰি ঘৰতে আৱদ্ধ আছিল লোকজন…

assam suicide mayong