মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি…

মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি…

author-image
asomiyapratidin
New Update
মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জিত হৈছে নামঘৰসমূহত।

Advertisment

এই উপলক্ষে পুৱাই চৰাইদেউ জিলা মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি এই পবিত্র তিৰোভাৱ তিথিত উদযাপন কৰি গুৰুজনাক সশ্ৰদ্ধ স্মৰণ কৰি গুৰুজনাই দি যোৱা হৰি নামৰ ধ্বনিৰে নিকেতনৰ শিক্ষাৰ্থী সকলে মুখৰিত কৰি তোলে ৷

আৰু পঢ়ক : পুনৰ উজলিল কুমু, বিচাৰকৰ বিশেষ উল্লেখ বটা লাভ…

assam mathurapur