New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/BAD-NEWS.jpg)
মথুৰাপুৰত সংঘটিত এক শোকাৱহ ঘটনা
তিনি বছৰীয়া শিশু পুখুৰীত পৰি মৃত্যু৷
ঘৰৰ কাষৰে এটা পুখুৰীত পৰি তিনি বছৰীয়া কণমানি সলিল সমাধি ঘটে ৷
শিশুটি নাম নিয়ন গোৱলা ৷
ঘটনাটো মথুৰাপুৰ ভকত গাঁৱত সন্ধিয়া সংঘটিত এই ঘটনা ৷
শিশুটি আবেলিৰ পৰা সন্ধানহীন হৈ আছিল ৷
পৰৱৰ্তী সময়ত পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us