মথুৰাপুৰ ব’হাগী বিদায় উৎসৱৰ কাৰ্যালয় মুকলি

মথুৰাপুৰ ব’হাগী বিদায় উৎসৱৰ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ,মথুৰাপুৰঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া মথুৰাপুৰ পঞ্চদশ বাৰ্ষিক ব’হাগী বিদায় উৎৱসৰ সোমবাৰে কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মুকলি কৰে বিশিষ্ট সমাজকৰ্মী যুগল বৰগোহাঁইয়ে৷

কাৰ্যালয় মুকলি অনুষ্ঠানৰ আঁতধৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে ৷অহা ১০ আৰু ১১ মে’ত অনুষ্ঠিত হ’বলগীয়া বিহুখনি সুচাৰু ৰূপে পৰিচালিত কৰিবলৈ মূল সমিতিৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰিছে ।

মথুৰাপুৰ ব’হাগী বিদায় উৎসৱৰ কাৰ্যালয় মুকলি
জোনাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in