/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন।
চলন্ত ট্রাকৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি আৰু গছ।
সোণাপুৰ টাৰ্নেলৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
গছ খহি পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় ট্রাকখনৰ।
কথমপি ৰক্ষা পৰে ট্রাকখনৰ চালক-হেণ্ডিমেনৰ।
ভূমিস্খলনৰ ফলত পথ ছোৱাৰে ব্যাহত যাতায়াত।
পথ মুকলিৰ বাবে প্রশাসনে অব্যাহত ৰাখিছে অভিযান।
Also Read: কুমুদ কলিতাৰ মহানুভৱতা : অৱসৰগ্ৰহণৰ দিনটোত বিদ্যালয়লৈ চাৰিশৰো অধিক গ্ৰন্থ দান