New Update
/asomiyapratidin/media/media_files/2025/04/04/fdnGzQF1LmiIDj6r6xgG.jpg)
ভয়ংকৰ অগ্নিকাণ্ড
- শিৱসাগৰ দৰিকাপাৰত ভয়ংকৰ অগ্নিকাণ্ড
- উদ্যোগ পামৰ ৰং নিৰ্মাণ কৰা উদ্যোগত লাগিল জুই
- দৰিকাপাৰৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত হোৱা অগ্নিকাণ্ডক লৈ আতংকম পৰিৱেশ
- হাজাৰ হাজাৰ থ্ৰীনাৰ জমা থকা উদ্যোগটোৰ টেংকীত সূত্ৰপাত জুইৰ
- পাঁচ কিলোমিটাৰ দূৰৈৰ পৰা জুই আৰু ধোঁৱা দেখিবলৈ পোৱা যায়
- উপস্থিত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন
- আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অব্যাহত ৰাখে চেষ্টা