/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7556fd6f-d1da-4150-bc19-76a24178c77d/download.jpg)
ei muhurtar khabar ei muhurtar khabar
পাঠশালাৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত।
পাঠশালাৰ কলেজ ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন।
অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত।
আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী ৰঞ্জিত দাসো।
অগ্নিকাণ্ডত কেইবালাখ টকাৰো সা-সম্পত্তি বিনষ্ট হোৱাৰ আশংকা।
এতিয়াই ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ হিচাপ জানিব পৰা হোৱা নাই।
আনহাতে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণো জানিব পৰা হোৱা নাই।