New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...
গৰৈমাৰীৰ পাছগুমীত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত এজন লোকৰ দুটাকৈ ঘৰ ভস্মীভূত।
সৌৰশক্তিচালিত ছ’লাৰৰ বেটাৰী বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্রপাত।
ভস্মীভূত হয় প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী।
স্থানীয় লোকৰ প্রচেষ্টাত জুই নিৰ্বাপন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us