গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...

গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...
গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...
  • গৰৈমাৰীৰ পাছগুমীত বিধ্বংসী অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত এজন লোকৰ দুটাকৈ ঘৰ ভস্মীভূত।

  • সৌৰশক্তিচালিত ছ’লাৰৰ বেটাৰী বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্রপাত।

  • ভস্মীভূত হয় প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী।

  • স্থানীয় লোকৰ প্রচেষ্টাত জুই নিৰ্বাপন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in