সেনাবাহিনীত চাকৰি দিয়াৰ নামত প্রৱঞ্চনাৰ জাল মেলি আটক প্রৱঞ্চক...

মৰিয়নিত চাকৰি দিয়াৰ নামত উৎকোচ লোৱা প্রৱঞ্চক আটক কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
সেনাবাহিনীত চাকৰি দিয়াৰ নামত প্রৱঞ্চনাৰ জাল মেলি আটক প্রৱঞ্চক...

mariyani fraud arrest

ডিজিটেল ডেস্ক : ৰাজ্যত এতিয়া চাকৰি দিয়াৰ নামত চলিছে দালালৰাজ। উৎকোচ লোৱা বিষয়াৰ সংখ্যা বৃদ্ধি পাইছে। যদিও এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, তথাপিও কিন্তু একাংশই চলাই গৈছে দাৰালৰাজ।

Advertisment

মৰিয়নিত চাকৰি দিয়াৰ নামত উৎকোচ লোৱা প্রৱঞ্চক আটক কৰে আৰক্ষীয়ে। উল্লেখ্য যে সেনাবাহিনীত চাকৰি দিয়াৰ নামত প্রৱঞ্চনাৰ জাল মেলিছিল আটকাধীন প্রৱঞ্চক ৰঞ্জন ভূঞাই।

ৰঞ্জন ভূঞাৰ সৈতে এই প্ৰৱঞ্চনাৰ সৈতে জড়িত থকা আন চাৰি প্রৱঞ্চক বৰ্তমান পলাতক হৈ আছে। উল্লেখ্য যে লোকনাথ বিবাহ ভৱন নামৰ হোটেল এখনত বাহৰ পাতিছিল প্রৱঞ্চককেইটাই।

assam arrest mariyani