/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/bb9eb376-f583-4b31-90ac-d2fe74b18db2/oi.jpg)
-
মৰিগাঁৱত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক নিলম্বন।
-
সঞ্জীৱ পাঠক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা।
-
মৰিগাঁও উপায়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন।
-
বহুকেইটা ৰাজহুৱা অভিযোগৰ বাবে তাৎক্ষণিক নিলম্বন।
-
অভিযোগৰ ক্ষেত্র ভিত্তিক অনুসন্ধানৰ পিছত নিলম্বন।