জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাক নিলম্বন

মৰিগাঁৱত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক নিলম্বন।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাক নিলম্বন
  • মৰিগাঁৱত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক নিলম্বন।

  • সঞ্জীৱ পাঠক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা।

  • মৰিগাঁও উপায়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন।

  • বহুকেইটা ৰাজহুৱা অভিযোগৰ বাবে তাৎক্ষণিক নিলম্বন।

  • অভিযোগৰ ক্ষেত্র ভিত্তিক অনুসন্ধানৰ পিছত নিলম্বন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in