
মৰিগাঁও পৌৰপতি যুগেশ তামুলীৰ বাবে বন্ধ মৰিগাঁও পাইকাৰী মাছৰ বজাৰ।
এজন মাছ ব্যৱসায়ীৰ লগত হোৱা কথাৰ বাক্ বিতণ্ডাৰ বাবে নিশা নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি তলা মাৰি বন্ধ কৰি দিয়াৰ অভিযোগ মাছৰ বজাৰখন।
মাছৰ বজাৰ বন্ধ কৰি দিয়াৰ বাবে বিপদত পাচঁ শতাধিক মাছ ব্যৱসায়ী।
বজাৰ বন্ধ কৰি মৰিগাঁও পৌৰ সভা আৰু সদৰ থানাৰ সন্মুখত অৱস্থান কৰিছে মাছ ব্যৱসায়ী সকলে।
বিক্ৰীৰ বাবে অনা বহু মাছ উভতাই নিছে মৎস্য পালক সকলে।