অসম মুখ্য-পৃষ্ঠা ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ… ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ… asomiyapratidin 27 Apr 2022 11:20 IST Follow UsNew Update মৰিয়নিৰ চেলেংহাটত পথ দুৰ্ঘটনা।চেলেংহাটৰ পদুমনি ধোদৰ আলিত ডাম্পাৰৰ খুন্দাত পদ্মা বাউৰী নামৰ এগৰাকী মহিলা নিহত।দুৰ্ঘটনাৰ পাছতে আমগুৰি দিশে পলায়ন কৰে ডাম্পাৰখন।নিহত মহিলা গৰাকীৰ ঘৰ বৈছাহাবি চাহ বাগিছাৰ বাউৰী লাইনত বুলি জানিব পৰা গৈছে। assam road accident deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক