New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/62596fd2-2cd8-4963-9c3d-abd2dbd36fdd/elephant.jpg)
titabor elephant
মৰিয়নীত ৰে'লৰ খুন্দাত আহত বন্য হাতীটোৰ মৃত্যু।
প্ৰায় ৪০ ঘন্টা মৃত্যুৰে যুঁজাৰ পাছত মৃত্যু হাতীটোৰ।
বন বিভাগে সময়মতে চিকিৎসা আগবঢ়াব পৰা নাছিল হাতীটোক।
৪০ ঘন্টা নদীৰ পানীতেই পৰি ককবকাই আছিল হাতীটো।
কিন্তু আজি পুৱতি নিশা মৃত্যুৰে হাৰ মানিলে হাতীটোৱে।
দেওবাৰে নিশাৰ পৰাই আঘাতপ্ৰাপ্ত অৱস্থাত আছিল হাতীটো।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us