ধিক বন বিভাগ! ৪০ ঘন্টা নদীত পৰি থকা আহত হাতীটোৰ মৃত্যু...

মৰিয়নীত ৰে'লৰ খুন্দাত আহত হাতীটোৰ মৃত্যু।
titabor elephant
titabor elephant
  • মৰিয়নীত ৰে'লৰ খুন্দাত আহত বন্য হাতীটোৰ মৃত্যু।

  • প্ৰায় ৪০ ঘন্টা মৃত্যুৰে যুঁজাৰ পাছত মৃত্যু হাতীটোৰ।

  • বন বিভাগে সময়মতে চিকিৎসা আগবঢ়াব পৰা নাছিল হাতীটোক।

  • ৪০ ঘন্টা নদীৰ পানীতেই পৰি ককবকাই আছিল হাতীটো।

  • কিন্তু আজি পুৱতি নিশা মৃত্যুৰে হাৰ মানিলে হাতীটোৱে।

  • দেওবাৰে নিশাৰ পৰাই আঘাতপ্ৰাপ্ত অৱস্থাত আছিল হাতীটো।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in