New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগৰ অভিযান।
হাৱাইপুৰৰ ঠাকুৰবাৰী গাঁৱৰ পৰা বহু মূল্যৱান কাঠ জব্দ।
কাঠখিনি ডিমা হাছাওৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ।
এজন লোকৰ ঘৰত মজুত কৰি ৰখা হৈছিল কাঠখিনি।
Also Read: প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ অন্তত দেশৰ ৰাজধানীত ধাৰাসাৰ বৰষুণ : স্বস্তিৰ নিশ্বাস দিল্লীবাসীৰ