New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/DcWGy6hV4AA_XLd.jpg)
ফাইল ফটো
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি দিয়া হৈছে।
- মঙলবাৰে নিযুক্তি দিয়া হয় নতুন সচিব।
- নৱ নিযুক্ত সচিব মনোৰঞ্জন কাকতিয়ে গ্ৰহণ কৰিলে দায়িত্বভাৰ।
- কাকতিক অতিৰিক্ত হিচাপে দিয়া হৈছে এই দায়িত্ব।
- প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে মনোৰঞ্জন কাকতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us