দিছপুৰত ভোট দিলে ড০ মনমোহন সিঙে…

দিছপুৰত ভোট দিলে ড০ মনমোহন সিঙে…

author-image
asomiyapratidin
New Update
দিছপুৰত ভোট দিলে ড০ মনমোহন সিঙে…

  • দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ।
  • দুপৰীয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটকেন্দ্ৰটোত সপত্নীক উপস্থিত হয় মনমোহন সিং।
  • বৰঝাৰ বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে আহে দিছপুৰলৈ।
  • দিছপুৰ ভোটকেন্দ্ৰটোত তেওঁক আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই।
  • ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে পুনৰ দিল্লীলৈ উভতে মনমোহন সিং।