৩ বজাত ভোটদান কৰিব মনমোহন সিঙে, ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক নিৰাপত্তা ব্যৱ্স্থা

৩ বজাত ভোটদান কৰিব মনমোহন সিঙে, ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক নিৰাপত্তা ব্যৱ্স্থা

author-image
asomiyapratidin
New Update
৩ বজাত ভোটদান কৰিব মনমোহন সিঙে, ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক নিৰাপত্তা ব্যৱ্স্থা

  • দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা।
  • প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে ভোটদান কৰিব এই ভোটগ্ৰহণ কেন্দ্ৰত।
  • বিয়লি ২ বজাত তেওঁ আহি উপস্থিত হ'বহি বৰঝাৰ বিমান বন্দৰত।
  • বিয়লি ৩ বজাত ভোটদানৰ বাবে কেন্দ্ৰটোলৈ যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।
  • ভোটগ্ৰহণ কেন্দ্ৰটোৰ সন্মুখত লগোৱা হৈছে ২টা মেটেল ডিটেক্টৰ।
  • ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত ভিৰ সংবাদমাধ্যমৰ লোকৰ।
  • ভোটাৰৰ বিশেষ ভিৰ নাই ভোটগ্ৰহণ কেন্দ্ৰটোত।
  • সৰুমটৰীয়াৰ ভাড়াঘৰলৈ তেওঁ যাবনে এতিয়াও থিক হোৱা নাই।
  • ভোটদান কৰি আজিয়েই উভতিব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।