নৈশ বাছৰ খুন্দাত নিহত এজন...

মানকাচৰৰ ঝাওডাঙ্গাত পথ দুর্ঘটনাত নিহত এজন।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident

  • মানকাচৰৰ ঝাওডাঙ্গাত পথ দুর্ঘটনাত নিহত এজন।

  • নিহত মটৰ চাইকেল আৰোহী জনক ৰাশিদুল ইছলাম বুলি চিনাক্ত।

  • যুৱক জন মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত নৈশ বাছ এখনে খুন্দা মৰাৰ ফলত দুর্ঘটনাগ্ৰস্ত।

  • মটৰ চাইকেল খনৰ নম্বৰ AS 34 2927

  • নৈশ বাছ খন ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে।

  • আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে।

assam road accident mankachar