New Update
/asomiyapratidin/media/media_files/2026/02/05/ujjjddd-2026-02-05-23-09-52.jpg)
- মানকাচৰৰ নিউ মাৰ্কেটৰ এখন দোকানত ছিলিণ্ডাৰ বিস্ফোৰণ
- জাহিনুৰ নামৰ ব্যৱসায়ীজনৰ দোকানত দুটাকৈ গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণ সংঘটিত হৈ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
- ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
- অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলত বজাৰখন ডাঙৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।
- ছিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
- বৰ্তমানে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে।
- ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us