মানকাচৰৰ অসম-মেঘালয় সীমান্তত ৪০/৫০জনীয়া বন্যহস্তীৰ উপদ্রৱ...

মানকাচৰৰ অসম-মেঘালয় সীমান্তত বন্যহস্তীৰ উপদ্রৱ

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ অসম-মেঘালয় সীমান্তত ৪০/৫০জনীয়া বন্যহস্তীৰ উপদ্রৱ...

mankachar elephant

ডিজিটেল ডেস্ক : মানকাচৰৰ অসম-মেঘালয় সীমান্তত বন্যহস্তীৰ উপদ্রৱ।সীমান্তৱৰ্তী ডাকেৰ গাঁও, শিয়ালটাৰী গাঁৱৰ পথাৰত হাতীৰজাকে চলায় উপদ্রৱ। প্রায় ৪০/৫০জনীয়া হাতীৰ জাকে বিচৰণ কৰে ধাননি পথাৰত।

Advertisment

আতংকিত ৰাইজে ফটকা, টৰ্চ লাইট জ্বলাই হাতী খেদাৰ চেষ্টা চলায়। জিলা প্রশাসন আৰু বন বিভাগৰ ওপৰত অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। হাতীয়ে উপদ্ৰৱ চলোৱাৰ অভিযোগ দিছিল ৰাইজে। কিন্তু বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ অভিযোগৰ প্রতি গুৰুত্ব নিদিয়াৰ অভিযোগ আতংকিত ৰাইজৰ।

assam mankachar